চিটি বাছৰ দৌৰাত্ম্য! মহানগৰীত দুখন বাছৰ সংঘৰ্ষত আহত কেইবাজনো যাত্ৰী…

চিটি বাছৰ দৌৰাত্ম্য! মহানগৰীত দুখন বাছৰ সংঘৰ্ষত আহত কেইবাজনো যাত্ৰী…
  • চিটি বাছৰ দৌৰাত্ম্যৰ ফলত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হয় গুৱাহাটী মহানগৰীত।
  • বৃহস্পতিবাৰেও মহানগৰীত দুৰ্ঘটনাগ্ৰস্ত হয় দুখন চিটি বাছ।
  • দুখন চিটি বাছৰ সংঘৰ্ষৰ ফলত চালকসহ আহত কেইবাজনো যাত্ৰী।
  • মহানগৰীৰ বশিষ্ঠৰ গণেশ নগৰ তিনিআলিত সংঘটিত হয় এই দুৰ্ঘটনা।
  • এএছ০১জিচি৯১৪৮ নম্বৰৰ বাছখনে প্ৰচণ্ড খুন্দা মাৰে এএছ০১এইচচি০৭৫৭ নম্বৰৰ বাছখনত।
  • দুয়োখন বাছ দ্ৰুতবেগত চলোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জনাই প্ৰত্যক্ষদৰ্শীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in