শেহতীয়া খবৰ
শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ... • আৰু ৩১জনৰ দেহত কোভিড-১৯, বহিঃৰাজ্যৰ পৰা বিমানেৰে অহা ২০জন আক্ৰান্ত কোৰোনাত... • কোৰোনাৰ পাছত বানৰ তাণ্ডৱ অসমত! ৬জনে হেৰুৱাইছে প্ৰাণ... • বৰক্ষেত্ৰীৰ লাৰকুছিত উপস্থিত হৈ গৰাখহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ... VIDEO • ওদালগুৰিত বিগত ২৪ ঘণ্টাত ১২জনকৈ লোক কোৰোনাত আক্ৰান্ত... • PUBG খেলাৰ বাবেই ম’বাইল চুৰি কৰি আৰক্ষীৰ জালত ২ কিশোৰ... • লকডাউনৰ প্ৰভাৱঃ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ে কি পদক্ষেপ ল’ব পৰামৰ্শৰ বাবে ৰাজ্যপালৰ উচ্চস্তৰীয় কমিটী গঠন... • ৰোহিত শৰ্মাক ‘ৰাজীৱ গান্ধী খেল ৰত্ন-২০২০’ৰ বাবে মনোনীত...

চিটি বাছৰ দৌৰাত্ম্য! মহানগৰীত দুখন বাছৰ সংঘৰ্ষত আহত কেইবাজনো যাত্ৰী…

392
  • চিটি বাছৰ দৌৰাত্ম্যৰ ফলত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হয় গুৱাহাটী মহানগৰীত।
  • বৃহস্পতিবাৰেও মহানগৰীত দুৰ্ঘটনাগ্ৰস্ত হয় দুখন চিটি বাছ।
  • দুখন চিটি বাছৰ সংঘৰ্ষৰ ফলত চালকসহ আহত কেইবাজনো যাত্ৰী।
  • মহানগৰীৰ বশিষ্ঠৰ গণেশ নগৰ তিনিআলিত সংঘটিত হয় এই দুৰ্ঘটনা।
  • এএছ০১জিচি৯১৪৮ নম্বৰৰ বাছখনে প্ৰচণ্ড খুন্দা মাৰে এএছ০১এইচচি০৭৫৭ নম্বৰৰ বাছখনত।
  • দুয়োখন বাছ দ্ৰুতবেগত চলোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জনাই প্ৰত্যক্ষদৰ্শীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি