গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা কাৰাবন্দীৰ দেহত কোভিড-১৯…

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা কাৰাবন্দীৰ দেহত কোভিড-১৯…
  • গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কোৰোনাৰ ৰোগী।
  • এখন কাৰাবন্দীৰ দেহত ধৰা পৰিছে কোভিড-১৯।
  • তিনি দিনৰ পূৰ্বে মিন্টু নাথ নামৰ ব্যক্তিজনক আটক কৰিছিল দিশপুৰ আৰক্ষীয়ে।
  • তাৰপাছত তেওঁক প্ৰেৰণ কৰা হৈছিল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ।
  • জ্বৰ হোৱাৰ বাবে তেওঁৰ কোভিড-১৯ পৰীক্ষা কৰা হৈছিল।
  • বৃহস্পতিবাৰৰ নিশা আহে এই পৰীক্ষাৰ ফলাফল।
  • তাৰপাছতে হাহাঁকাৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত।
  • মিন্টু নাথক ইতিমধ্যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা লৈ অহা হৈছে জিএমচিএইচলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in