গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়ী ৰাজশেখৰ চক্ৰৱৰ্তীৰ দেহাৱসান…

গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়ী ৰাজশেখৰ চক্ৰৱৰ্তীৰ দেহাৱসান…
  • সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে গুৱাহাটীৰ জো-পুখুৰীৰ নিৱাসী বিশিষ্ট ব্যৱসায়ী ৰাজশেখৰ চক্ৰৱৰ্তীয়ে।
  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ৰাজশেখৰ চক্ৰৱৰ্তীৰ মৃত্যু হয়।
  • মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ।
  • উল্লেখযোগ্য যে, তেওঁৰ পিতৃ স্বৰ্গীয় শ্ৰীনাথ চক্ৰৱৰ্তী আছিল কটন কলেজীয়েটৰ প্ৰথমগৰাকী অসমীয়া অধ্যক্ষ।
  • মনিউ আৱৰ্টছকে ধৰি উজান বজাৰ অঞ্চলৰ বিভিন্ন সামাজিক সংস্থাৰ সৈতে জড়িত ৰাজশেখৰ চক্ৰৱৰ্তীয়ে মৃত্যুৰ সময়ত তেওঁ পত্নী, দুগৰাকী জী আৰু পুত্ৰ-বোৱাৰীক ইহঃসংসাৰত এৰি থৈ গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in