গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি, বন্ধ ফেৰী চলাচল

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি, বন্ধ ফেৰী চলাচল
  • গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি।
  • বিপদ সীমাৰ ০.৪৯ মিটাৰ তলতেই ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ।
  • বন্ধ কৰি দিয়া হৈছে সকলো ধৰণৰ ফেৰী চলাচল।
  • কেন্দ্ৰীয় জল আয়োগে জনাইছে এই তথ্য।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in