শেহতীয়া খবৰ
বঙাইগাঁৱত সৰ্বভাৰতীয় পৰ্যায়ৰ শৰীৰচৰ্চা প্ৰতিযোগিতা  •  এজাক বৰষুণতে বুৰ গ'ল স্মাৰ্ট চিটি গুৱাহাটী  •  দেৰগাঁৱৰ আফাজুৰ ৰহমানৰ প্ৰযুক্তিবিদ্যাৰে চমকঃ ঘন্টাত ৩৫ কিলোমিটাৰ বেগী সৌৰশক্তিত চালিত বাহন উদ্ভাৱন  •  দেৰগাঁৱৰ আফাজুৰ ৰহমানৰ প্ৰযুক্তিবিদ্যাৰে চমকঃ ঘন্টাত ৩৫ কিলোমিটাৰ বেগী সৌৰশক্তিত চালিত বাহন উদ্ভাৱন  •  অসমৰ আন এটা সশস্ত্ৰ সংগঠনৰ যুদ্ধবিৰতি ঘোষণা, ওদালগুৰিত ইউজিপিঅ'ই জমা দিলে অস্ত্ৰ-শস্ত্ৰ  •  চন্দ্ৰযান-২ সন্দৰ্ভত ইছৰ’ই কৰিলে টুইট...  •  কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত 'বৃহৎ পৰিসৰত গছ পুলি ৰোপণ' কাৰ্যসূচী  •  মডেল বিটিচিত জৰাজীৰ্ণ পথ, ক্ষুব্ধ এবিএমছুৰ কোকৰাঝাৰ-ফুটকিবাৰী পথ অৱৰোধ, ক্ষুৰধাৰ সমালোচনা হাগ্ৰামা-প্ৰমিলাক  •  বলিউডৰ আটাইতকৈ বিগ বাজেট ছবি, ‘ৰাৱণ’ৰ চৰিত্ৰত দেখা পাব পাৰে বাহুবলীক!  •  আমেথিবাসীলৈ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ উপহাৰ...

চিৰিয়াখানাৰ গ্ৰেণেড বিস্ফোৰণৰ পাছত উত্তপ্ত পৰিস্থিতি, চাওঁক VIDEO

467

  • কিছুসময় পূৰ্বে গুৱাহাটীৰ চিৰিয়াখানাৰ সমীপত সংঘটিত বোমা বিস্ফোৰণৰ পাছত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে।
  • ৮জনকৈ লোক আহত বিস্ফোৰণস্থলীত।
  • পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ বৃহৎ বাহিনী ব্যস্ত হৈ পৰিছে।
  • অচিনাক্ত দুৰ্বৃত্তই সংঘটিত কৰা এই বিস্ফোৰণৰ পাছতেই সমগ্ৰ অঞ্চলত তীব্ৰ যান-জঁটৰ বাবে পথচোৱাত প্ৰায় যাতায়াত বন্ধ হোৱাৰ উপক্ৰম হৈছে।
  • চেন্ট্ৰেল মলৰ সমীপত সংঘটিত এই বিস্ফোৰণত আহত সকলৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি