গুৱাহাটীৰ বিস্ফোৰণত দুজন এছ এছ বি জোৱান আহত…

গুৱাহাটীৰ বিস্ফোৰণত দুজন এছ এছ বি জোৱান আহত…
  • সন্ধিয়া প্ৰায় ৭.৪০ বজাত গুৱাহাটীৰ চিৰিয়াখানাৰ সমীপত সংঘটিত গ্ৰেণেড বিস্ফোৰণত আহত সকলৰ ভিতৰত আছে দুজন এছ এছ বি জোৱান।
  • ইতিমধ্যে এই বিস্ফোৰণত দুজন লোক নিহত হোৱা বুলি খবৰ আহিছে।
  • আহতসকলক জি এম চি এইচত ভৰ্তি কৰোৱা হৈছে।
  • বিস্ফোৰণত আহত দুই এছ এছ বি জোৱানৰ ভিতৰত আছে ৰমেশ লাল আৰু অমূল্য লালন।
  • বিস্ফোৰণত আহতসকলৰ ভিতৰত আছে এটি শিশু।
  • সেই সময়ত চেন্ট্ৰেল মলৰ সমীপতে আৰক্ষীয়ে চলাই আছিল তালাচী। ইতিমধ্যে বিস্ফোৰণৰ
  • দায়িত্ব স্বীকাৰ কৰিছে আলফা স্বাধীনে।
  • নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি এই বিস্ফোৰণ সংঘটিত কৰিছিল দুৰ্বৃত্তই।
  • বিস্ফোৰণৰ পাছতেই সমগ্ৰ অঞ্চলটোত আৰক্ষীয়ে ঘেৰি অভিযান অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in