শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

গুৱাহাটীৰ বিস্ফোৰণত দুজন এছ এছ বি জোৱান আহত…

170
  • সন্ধিয়া প্ৰায় ৭.৪০ বজাত গুৱাহাটীৰ চিৰিয়াখানাৰ সমীপত সংঘটিত গ্ৰেণেড বিস্ফোৰণত আহত সকলৰ ভিতৰত আছে দুজন এছ এছ বি জোৱান।
  • ইতিমধ্যে এই বিস্ফোৰণত দুজন লোক নিহত হোৱা বুলি খবৰ আহিছে।
  • আহতসকলক জি এম চি এইচত ভৰ্তি কৰোৱা হৈছে।
  • বিস্ফোৰণত আহত দুই এছ এছ বি জোৱানৰ ভিতৰত আছে ৰমেশ লাল আৰু অমূল্য লালন।
  • বিস্ফোৰণত আহতসকলৰ ভিতৰত আছে এটি শিশু।
  • সেই সময়ত চেন্ট্ৰেল মলৰ সমীপতে আৰক্ষীয়ে চলাই আছিল তালাচী। ইতিমধ্যে বিস্ফোৰণৰ
  • দায়িত্ব স্বীকাৰ কৰিছে আলফা স্বাধীনে।
  • নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি এই বিস্ফোৰণ সংঘটিত কৰিছিল দুৰ্বৃত্তই।
  • বিস্ফোৰণৰ পাছতেই সমগ্ৰ অঞ্চলটোত আৰক্ষীয়ে ঘেৰি অভিযান অব্যাহত ৰাখিছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি