গুৱাহাটীৰ চিৰিয়াখানাৰ বোমা বিস্ফোৰণক গৰিহণা মুখ্যমন্ত্ৰীৰ…

গুৱাহাটীৰ চিৰিয়াখানাৰ বোমা বিস্ফোৰণক গৰিহণা মুখ্যমন্ত্ৰীৰ…
  • মহানগৰীত সংঘটিত গ্ৰেণেড বিস্ফোৰণক গৰিহণা দিছে মুখ্যমন্ত্ৰীয়ে।
  • দোষীক অচিৰেই কৰায়ত্ত কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
  • এই বিস্ফোৰণ কাণ্ডক গৰিহণা দিছে 'মাছে'।
  • জি এম চি এইচৰ অধীক্ষক ৰমেন তালুকদাৰে জনোৱা মতে, ৫জন লোকক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।
  • ইয়াৰে দুজনৰ অৱস্থা অতি সংকটজনক।
  • এই বিস্ফোৰণৰ ফলত সৃষ্টি হৈছিল গাঁতৰ।
  • বিস্ফোৰণস্থলীত উপস্থিত হৈছে মহানগৰ আৰক্ষী আয়ুক্ত।
  • আৰক্ষীয়ে নিশ্চিত কৰিছে, এই বিস্ফোৰণত এছ এছ বি জোৱান আহত হোৱাৰ তথ্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in