শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

গুৱাহাটীৰ চিৰিয়াখানাৰ বোমা বিস্ফোৰণক গৰিহণা মুখ্যমন্ত্ৰীৰ…

243
  • মহানগৰীত সংঘটিত গ্ৰেণেড বিস্ফোৰণক গৰিহণা দিছে মুখ্যমন্ত্ৰীয়ে।
  • দোষীক অচিৰেই কৰায়ত্ত কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
  • এই বিস্ফোৰণ কাণ্ডক গৰিহণা দিছে ‘মাছে’।
  • জি এম চি এইচৰ অধীক্ষক ৰমেন তালুকদাৰে জনোৱা মতে, ৫জন লোকক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।
  • ইয়াৰে দুজনৰ অৱস্থা অতি সংকটজনক।
  • এই বিস্ফোৰণৰ ফলত সৃষ্টি হৈছিল গাঁতৰ।
  • বিস্ফোৰণস্থলীত উপস্থিত হৈছে মহানগৰ আৰক্ষী আয়ুক্ত।
  • আৰক্ষীয়ে নিশ্চিত কৰিছে, এই বিস্ফোৰণত এছ এছ বি জোৱান আহত হোৱাৰ তথ্য।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি