শেহতীয়া খবৰ
নলবাৰীত জাতীয় বিদ্যালয়ৰ মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা  •  নলবাৰীত জাতীয় বিদ্যালয়ৰ মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা  •  নলবাৰীত হজ যাত্ৰীৰ প্ৰশিক্ষণ শিবিৰ  •  সুনাম কঢ়িয়াই আনিলে সত্ৰনগৰী বৰপেটাৰ প্ৰতিভাৱান শিল্পীয়ে...  •  ২৬ বছৰীয়া পৰাজয়ৰ পৰম্পৰা অটুট, মুক্তি নাপালে পাকিস্তানে...  •  ২৬ বছৰীয়া পৰাজয়ৰ পৰম্পৰা অটুট, মুক্তি নাপালে পাকিস্তানে...  •  সৰুপথাৰত চেন্টাৰ ফৰ ডেভেলপমেন্ট নামৰ সংস্থাৰ উদ্যোগত উত্তৰ-পূৰ্বাঞ্চল ঘৰুৱা শ্ৰমিক সপ্তাহৰ সফল সামৰণি...  •  কাছাৰ কলেজৰ পৰিচালনা সমিতিৰ সভাপতিসহ দুই প্ৰৱক্তাৰ বিৰুদ্ধে শিলচৰ থানাত গোচৰ ৰুজু অধ্যক্ষৰ...  •  ছহীদ নিৰোদ শৰ্মাৰ বাসগৃহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি, শ্ৰদ্ধাঞ্জলী জ্ঞাপন...  •  ক্ৰমান্বয়ে ৰণত পৰিছে পাকিস্তান, জয়ৰ বাবে ৯০ বলত প্ৰয়োজন ১৭১

গুৱাহাটীৰ চিৰিয়াখানাৰ সমীপত সংঘটিত হৈছিল গ্ৰেণেড বিস্ফোৰণঃ আৰক্ষী আয়ুক্ত

130
  • চিৰিয়াখানাৰ সমীপৰ চেন্ট্ৰেল মলৰ কাষত সংঘটিত বিস্ফোৰণ গ্ৰেণেড বিস্ফোৰণ বুলি নিশ্চিত কৰিছে আৰক্ষী আয়ুক্তই।
  • ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এই ঘটনাক গৰিহণা দি অচিৰেই দোষীক কৰায়ত্ত কৰিবলৈ নিৰ্দেশ দিছে আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়াক।
  • আৰক্ষীয়ে তালাচী চলাই থকা সময়তে সংঘটিত হৈছিল এই বিস্ফোৰণ।
  • বিস্ফোৰণত আহত সকলৰ ৫জনক ভৰ্তি কৰা হৈছে জি এম চি এইচত।
  • আহত সকলৰ ভিতৰত আছে অমিত খাচাৰ, ৰিয়া খাচাৰ, ফাৰ্দিন আহমেদ কুমাৰ আৰু দুজন এছ এছ বি জোৱান ক্ৰমে- ৰমেশ লাল আৰু অমূল্য লালন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি