গুৱাহাটীৰ চিৰিয়াখানাৰ সমীপত সংঘটিত হৈছিল গ্ৰেণেড বিস্ফোৰণঃ আৰক্ষী আয়ুক্ত

গুৱাহাটীৰ চিৰিয়াখানাৰ সমীপত সংঘটিত হৈছিল গ্ৰেণেড বিস্ফোৰণঃ আৰক্ষী আয়ুক্ত
  • চিৰিয়াখানাৰ সমীপৰ চেন্ট্ৰেল মলৰ কাষত সংঘটিত বিস্ফোৰণ গ্ৰেণেড বিস্ফোৰণ বুলি নিশ্চিত কৰিছে আৰক্ষী আয়ুক্তই।
  • ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এই ঘটনাক গৰিহণা দি অচিৰেই দোষীক কৰায়ত্ত কৰিবলৈ নিৰ্দেশ দিছে আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়াক।
  • আৰক্ষীয়ে তালাচী চলাই থকা সময়তে সংঘটিত হৈছিল এই বিস্ফোৰণ।
  • বিস্ফোৰণত আহত সকলৰ ৫জনক ভৰ্তি কৰা হৈছে জি এম চি এইচত।
  • আহত সকলৰ ভিতৰত আছে অমিত খাচাৰ, ৰিয়া খাচাৰ, ফাৰ্দিন আহমেদ কুমাৰ আৰু দুজন এছ এছ বি জোৱান ক্ৰমে- ৰমেশ লাল আৰু অমূল্য লালন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in