মহানগৰীৰ মণিপুৰীবস্তিত ভয়ংকৰ বিস্ফোৰণ

  • মহানগৰীৰ মণিপুৰীবস্তিত বিস্ফোৰণ।
  • এটা পৰিতক্ত টোপোলাত বিস্ফোৰণ।
  • বিস্ফোৰণত আহত এটি ১০ বছৰীয়া শিশু।
  • আহত শিশুটিৰ নাম দেৱানী শ্ৰী।
  • আহত শিশুটিক ভৰ্তি কৰোৱা হৈছে আৰ্য হাস্পতালত।
  • পল্টনবজাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in