শেহতীয়া খবৰ
গোলাঘাটৰ নাওজানত ডিটেনচন কেম্পলৈ প্ৰেৰণ এজনক  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  গোৱালপাৰাত লোমহৰ্ষক হত্যাকাণ্ড, মাতৃ-পুত্ৰৰ চিন্ন মৃতদেহ উদ্ধাৰ  •  প্ৰায় ৫০ কিলোগ্ৰাম গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ ৰৌতা আৰক্ষীৰ  •  ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল গুৱাহাটীৰ ৰেষ্টুৰেন্ট ‘পিয়াজ্জা’, লাভ কৰিলে বেষ্ট ইটালিয়েন ৰেষ্টুৰেন্ট অৱ দ্য ইয়েৰ-ইষ্ট বঁটা...  •  চিবিআইৰ জিম্মাত পি চিদাম্বৰাম, প্ৰতিক্ৰিয়া ব্যক্ত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ...  •  ন্যায়ালয়ৰ অনুমতি, ৫ দিনৰ বাবে চিবিআইৰ জিম্মাত থাকিব পি চিদাম্বৰাম...  •  ৰাজ্যিক পৰ্যায়ৰ কৃতী শিক্ষয়ত্ৰী বঁটাৰ বাবে মনোনিত মাৰ্ঘেৰিটাৰ অৰ্চনা বৰুৱা  •  ৰাজ্যিক পৰ্যায়ৰ কৃতী শিক্ষয়ত্ৰী বঁটাৰ বাবে মনোনিত মাৰ্ঘেৰিটাৰ অৰ্চনা বৰুৱা

গুৱাহাটীত গ্ৰেণেড বিস্ফোৰণত আহত ৮…

1,276
  • গুৱাহাটীত হোৱা বোমা বিস্ফোৰণত এতিয়ালৈকে৮ জন লোক আহত হৈছে।
  • হতাহত হোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা।
  • আহত হোৱা কেইবাজনৰো অৱস্থা সংকটজনক।
  • বিস্ফোৰণস্থলীত আহত হোৱা লোকসকলক প্ৰথমে উদ্ধাৰ কৰে সমীপত থকা পথাচাৰীয়ে।
  • আহতসকলৰ ভিতৰত দুগৰাকী মহিলাৰ অৱস্থা সংকটজনক।
  • ইতিমধ্যে সমগ্ৰ পথচোৱাত আৰক্ষীয়ে চলাইছে জোৰদাৰ তালাচী।
  • বিস্ফোৰণৰ পাছতেই আৰ জি বৰুৱা ৰোডত প্ৰচণ্ড যান-জঁট।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি