গুৱাহাটীত গ্ৰেণেড বিস্ফোৰণত আহত ৮…

গুৱাহাটীত গ্ৰেণেড বিস্ফোৰণত আহত ৮…
  • গুৱাহাটীত হোৱা বোমা বিস্ফোৰণত এতিয়ালৈকে৮ জন লোক আহত হৈছে।
  • হতাহত হোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা।
  • আহত হোৱা কেইবাজনৰো অৱস্থা সংকটজনক।
  • বিস্ফোৰণস্থলীত আহত হোৱা লোকসকলক প্ৰথমে উদ্ধাৰ কৰে সমীপত থকা পথাচাৰীয়ে।
  • আহতসকলৰ ভিতৰত দুগৰাকী মহিলাৰ অৱস্থা সংকটজনক।
  • ইতিমধ্যে সমগ্ৰ পথচোৱাত আৰক্ষীয়ে চলাইছে জোৰদাৰ তালাচী।
  • বিস্ফোৰণৰ পাছতেই আৰ জি বৰুৱা ৰোডত প্ৰচণ্ড যান-জঁট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in