গুৱাহাটীৰ চিৰিয়ানাৰ বিস্ফোৰণত নিহতৰ সংখ্যা ২ জনলৈ বৃদ্ধি, VIDEO

গুৱাহাটীৰ চিৰিয়ানাৰ বিস্ফোৰণত নিহতৰ সংখ্যা ২ জনলৈ বৃদ্ধি, VIDEO
  • গুৱাহাটীৰ চিৰিয়াখানাৰ সমীপত সংঘটিত বিস্ফোৰণত নিহতৰ সংখ্যা দুজনলৈ বৃদ্ধি।
  • এই বিস্ফোৰণত আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৭জনকৈ লোক।
  • বিস্ফোৰণস্থলীত যথেষ্ট সংখ্যক লোকৰ ভিৰ।
  • আৰক্ষীক লক্ষ্য কৰি এই আক্ৰমণ চলোৱা বুলি সন্দেহ।
  • কিয়নো সেই ঠাইতে থাকে আৰক্ষীৰ তালাচী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in