মঙলবাৰে গুৱাহাটীত উপস্থিত হ’বহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ

মঙলবাৰে গুৱাহাটীত উপস্থিত হ’বহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ
  • মঙলবাৰে অসমত উপস্থিত হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ।
  • ২৮ নবেম্বৰত মিজোৰামত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।
  • সেই অনুসৰি বুধবাৰে মিজোৰামত নিৰ্বাচনী প্ৰচাৰ চলাব শ্বাহে।
  • মঙলবাৰে নিশা ৯.৩০ বজাত বৰঝাৰত বিমান বন্দৰত উপস্থিত হ'বহি অমিত শ্বাহ।
  • বৰঝাৰত আদৰণি জনাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।
  • মঙলবাৰৰ নিশা গুৱাহাটী আৱৰ্ত ভৱনত কটাব অমিত শ্বাহে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in