শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

একে ৰঙৰ হ’ব নেকি গুৱাহাটী মহানগৰীৰ সকলো ঘৰ…

266
  • বৃহস্পতিবাৰে উদ্বোধন কৰা হয় গণেশগুৰিৰ উৰণীয়া সেঁতুখন।
  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত উদ্বোধন কৰা হয় এই সেঁতুখন।
  • এই উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে কয়-
  • ‘আজিৰ দিনটো অসমৰ বাবে আনন্দৰ দিন’
  • ‘গুৱাহাটীক অসমৰ আত্মা হিচাপে গণ্য কৰোঁ’
  • ‘এই মহানগৰীখন দক্ষিণ-পূব এচিয়াৰ ভিতৰত এখন শক্তিশালী চহৰৰ দিশে আগবাঢ়িছে।’
  • ‘সময়তকৈ আগত উৰণীয়া সেঁতুৰ কাম সম্পূৰ্ণ কৰি তাৰেই প্ৰমাণ কৰি দিলে।’
  • নিৰ্ধাৰিত সময়তকৈ পূৰ্বেই উৰণীয়া সেঁতুৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • গুৱাহাটীৰ ঘৰবোৰ এটা ৰঙেৰে সুন্দৰ কৰি সৌন্দৰ্য বৃদ্ধি কৰি তুলিবলৈ আহ্বান মহানগৰবাসীলৈ।
  • লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো এই বিষয়ে বিশ্লেষণ কৰি চাবলৈ আহ্বান।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি