শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

লকডাউনৰ মাজতে দুঃখবৰ, মহানগৰীত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে সাংবাদিকে, গুৰুতৰভাৱে আহত আন এজন…

2,056
  • মহানগৰীত এক শোকাৱহ পথ দুৰ্ঘটনা।
  • লকডাউনৰ মাজতে সংঘটি এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে এগৰাকী মহিলা সাংবাদিকে।
  • এটা ৱেব পৰ্টেলত কৰ্মৰত আছিল সাংবাদিকগৰাকী।
  • স্কুটীৰে আন এগৰাকী সহকৰ্মীৰ সৈতে গৈ আছিল কাৰ্যালয়ৰ পৰা।
  • সুন্দৰপুৰৰ সমীপত সংঘটিত হয় এই পথ দুৰ্ঘটনা।
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱাৰ পাছত চিকিৎসালয়লৈ নিয়া হৈছিল যদিও, হাস্পতালতেই মহিলা সাংবাদিকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
  • দুৰ্ঘটনাত মৃত্যু হোৱা যুৱতী সাংবাদিকগৰাকীৰ নাম ডিম্পী কাশ্যপ।
  • আহত হৈছে অৰূপ মৰাং নামৰ আন এগৰাকী এই ৱেব পৰ্টেলটোতে কৰ্মৰত সংবাদকৰ্মী।
  • নিশা ৮ মান বজাত সংঘটিত হৈছিল এই পথ দুৰ্ঘটনা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি