গুৱাহাটীত ঘৰে ঘৰে চলিব কোভিড টেষ্ট…

গুৱাহাটীত ঘৰে ঘৰে চলিব কোভিড টেষ্ট…
  • গুৱাহাটী মহানগৰীত ঘৰে ঘৰে চলিব কোভিড টেষ্ট।
  • মহানগৰীৰ ২ নং ৱাৰ্ডৰ প্ৰতিঘৰ লোকৰ ঘৰে ঘৰে যাব স্বাস্থ্য কৰ্মী।
  • পাণ্ডু অঞ্চলৰ এই ৱাৰ্ডটোত থকা ৩০০০ লোকৰ হ'ব কোভিড-১৯ টেষ্ট।
  • স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে এই কথা।
  • ৭ জুলাইৰ পৰা চলিব এই অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in