উত্তৰপ্ৰদেশত ই ভি এম টেম্পাৰিঙৰ চেষ্টা!

উত্তৰপ্ৰদেশত ই ভি এম টেম্পাৰিঙৰ চেষ্টা!
  • উত্তৰপ্ৰদেশত ই ভি এম টেম্পাৰিঙৰ চেষ্টা।
  • সমাজৱাদী পাৰ্টিৰ গাজিয়াপুৰ প্ৰাৰ্থীয়ে তুলিলে এই অভিযোগ।
  • সোমবাৰৰ নিশা ষ্ট্ৰং ৰূমৰ পৰা আঁতৰাই নিব বিচৰা হৈছিল ই ভি এম।
  • এখন গাড়ীৰ জৰিয়তে এই ইভিএম আঁতৰাই নিয়াৰ চেষ্টা চলিছিল।
  • এই অভিযোগ অস্বীকাৰ কৰিছে জিলা প্ৰশাসনে।
  • আফজল আনছাৰী নামৰ প্ৰাৰ্থীগৰাকীয়ে তুলিছিল এই অভিযোগ।
  • ৰাজ্যখনৰ আন কেইবাটাও স্থানত অনুৰূপ ঘটনা সংঘটিত কৰাৰ অভিযোগ।
  • ইয়াকে লৈ ষ্ট্ৰং ৰূমৰ সন্মুখত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতি।
  • ৰহস্যজনকভাৱে সেই স্থানত এখন ট্ৰাকত উদ্ধাৰ হৈছে কেইবাটাও ইভিএম।
  • গাজিয়াপুৰ সমষ্টিট আফজল আনছাৰীয়ে প্ৰতিদ্বন্দিতা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী মনোজ সিনহাৰ বিৰুদ্ধে।
  • ষ্ট্ৰং ৰূমৰ সন্মুখত ই ভি এম ভৰ্তি ট্ৰাকৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আন আন ৰাজনৈতিক দলে।
  • কি কাৰণত এই ইভিএমবোৰ সেই স্থানলৈ আহিল তাক লৈ সৃষ্টি হৈছে বিতৰ্ক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in