শেহতীয়া খবৰ
জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা... • বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ... • ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো স্বাস্থ্যকৰ্মীৰ দলক কোৱাৰেণ্টাইন... • নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত উত্তপ্ত পৰিস্থিতি...VIDEO • মেট্ৰিক-হাইমাদ্ৰাছাৰ ফলাফল লাভ কৰিব কোন কেইটা ৱেবছাইটত... পঢ়ক সবিশেষ... • ভাৰতত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ২ লাখৰো অধিকলৈ বৃদ্ধি... • বকোত ওলাল দ্বিতীয়গৰাকী কোভিড-১৯ত আক্ৰান্ত লোক...

জাৰ্মানৰ মন্ত্ৰীয়ে কৰিলে আত্মহত্যা, কোৰোনাৰ ফলত সৃষ্টি হোৱা আৰ্থিক মন্দাৱস্থাক লৈ আছিল চিন্তিত…

2,069

ডিজিটেল ডেস্কঃ জাৰ্মানৰ হেছে ৰাজ্যৰ বিত্তমন্ত্ৰী থমাছ ছায়েফাৰে কৰিলে আত্মহত্যা। ৰাজ্যখনৰ সংবাদমাধ্যমৰ খবৰ অনুসৰি ছায়েফাৰৰ মৃতদেহ শনিবাৰে ৰেল লাইনত উদ্ধাৰ কৰা হয়। উল্লেখ্য যে, কোৰোনা ভাইৰাছৰ ফলত দেশখনত দেখা দিয়া আৰ্থিক মন্দাৱস্থাক লৈ অতিকৈ চিন্তিত আছিল বিত্তমন্ত্ৰীগৰাকী। আৰু এই ভাইৰাছত জাৰ্মানৰ ৫০হাজাৰৰো অধিক লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে প্ৰায় ৪০০ৰো অধিক লোকৰ।

ইফালে, হেছেৰ মুখ্যমন্ত্ৰী ৱালকৰ ৱফিয়ৰে বিত্তমন্ত্ৰীগৰাকীৰ মৃত্যুত শোক ব্যক্ত কৰি কয় যে- ‘তেওঁ এই মহামাৰীৰ ফলত সৃষ্টি হোৱা সমস্যাসমূহ সন্মুখীন হোৱা ৰাজ্য কোম্পানী তথা কৰ্মচাৰীসকলৰ সহায়ৰ বাবে দিনে-নিশাই কাম কৰি আছিল।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি