শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুঁটিত কি হৈ আছে !  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব

গীতানগৰ আৰক্ষীৰ জালনোটৰ বিৰুদ্ধে অভিযানঃ উৎখাত এটা কাৰখানা, উদ্ধাৰ বহু সা-সঁজুলি…

  • গীতানগৰ আৰক্ষীৰ জালত বৃহৎ জালনোটৰ এক চক্ৰ ৷
  • গীতানগৰ থানাৰ তদন্তকাৰী বিষয়া এছ আই অৰুণ বৰুৱাৰ নেতৃত্বত জালনোট প্ৰস্তুতকাৰীৰ বিৰুদ্ধে অভিযান৷
  • বৰুৱাৰ নেতৃত্বত ৫ জনীয়া আৰক্ষীৰ দলে নিশা বকোত চলাইছিল জালনোট চক্ৰ বিৰোধী এই অভিযান ৷
  • অভিযানকালত উৎখাত জাল বনোৱা এটি কাৰখানা , উদ্ধাৰ হৈছে জালনোট বনোৱা বহু সা-সঁজুলি ৷
  • গ্ৰেপ্তাৰ মামণি ৰয় বড়ো নামৰ এগৰাকী মহিলা, লগত আন এগৰাকীৰ অনা হৈছে সোধা-পোচাৰ বাবে।
  • উদ্ধাৰ এক লাখ সন্দেহজনক জালনোট।
  • বকোৰ ২ নং বৰুৱা পাৰা চাকলা গাঁৱৰ পৰা উদ্ধাৰ জালনোট খিনি ৷
  • এতিয়াও পলাতক জালনোট প্ৰস্তুতকাৰী মূল মাষ্টাৰমাইণ্ড ৷
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি