গীতানগৰ আৰক্ষীৰ জালনোটৰ বিৰুদ্ধে অভিযানঃ উৎখাত এটা কাৰখানা, উদ্ধাৰ বহু সা-সঁজুলি…

গীতানগৰ আৰক্ষীৰ জালনোটৰ বিৰুদ্ধে অভিযানঃ উৎখাত এটা কাৰখানা, উদ্ধাৰ বহু সা-সঁজুলি…
  • গীতানগৰ আৰক্ষীৰ জালত বৃহৎ জালনোটৰ এক চক্ৰ ৷
  • গীতানগৰ থানাৰ তদন্তকাৰী বিষয়া এছ আই অৰুণ বৰুৱাৰ নেতৃত্বত জালনোট প্ৰস্তুতকাৰীৰ বিৰুদ্ধে অভিযান৷
  • বৰুৱাৰ নেতৃত্বত ৫ জনীয়া আৰক্ষীৰ দলে নিশা বকোত চলাইছিল জালনোট চক্ৰ বিৰোধী এই অভিযান ৷
  • অভিযানকালত উৎখাত জাল বনোৱা এটি কাৰখানা , উদ্ধাৰ হৈছে জালনোট বনোৱা বহু সা-সঁজুলি ৷
  • গ্ৰেপ্তাৰ মামণি ৰয় বড়ো নামৰ এগৰাকী মহিলা, লগত আন এগৰাকীৰ অনা হৈছে সোধা-পোচাৰ বাবে।
  • উদ্ধাৰ এক লাখ সন্দেহজনক জালনোট।
  • বকোৰ ২ নং বৰুৱা পাৰা চাকলা গাঁৱৰ পৰা উদ্ধাৰ জালনোট খিনি ৷
  • এতিয়াও পলাতক জালনোট প্ৰস্তুতকাৰী মূল মাষ্টাৰমাইণ্ড ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in