গীতানগৰৰ হাতীগড়ৰ পৰা যুৱতীসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক…

গীতানগৰৰ হাতীগড়ৰ পৰা যুৱতীসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক…
  • মহানগৰীৰ হাতীগড় চাৰিআলিৰ পৰা ২ ড্ৰাগছ সৰবৰাহকাৰীক আটক।
  • গীতানগৰ থানাৰ আৰক্ষীয়ে আটক কৰিছে দুয়োক।
  • আটক কৰা দুজনৰ ভিতৰত আছে এগৰাকী যুৱতীও।
  • দুয়োৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে নিডলছ আৰু কিছু পৰিমাণৰ ড্ৰাগছ।
  • ৰ্দীঘদিন ধৰি এই অঞ্চলটোত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি আছিল।
  • স্থানীয় লোকে কেইবাবাৰো পদক্ষেপ গ্ৰহণৰ বাবে গীতানগৰ আৰক্ষীক জনাইছিল।
  • গীতানগৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে এই সন্দৰ্ভত সোধ-পোচ চলি আছে বুলি জনালে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in