গীতানগৰত স্বামীয়ে হত্যা কৰিলে পত্নীক, VIDEO

গীতানগৰত স্বামীয়ে হত্যা কৰিলে পত্নীক, VIDEO
  • পূজাৰ মাজতে এক হত্যাকাণ্ডই জোকাৰিল গ'ল গুৱাহাটী মহানগৰ।
  • গীতানগৰৰ আমাৰ পথত এই হত্যাকাণ্ড।
  • স্বামীয়ে হত্যা কৰিলে পত্নীক।
  • হত্যাকাৰী স্বামীৰ নাম খাইৰুল ইছলাম।
  • নিহত পত্নীগৰাকীৰ নাম হুছনাৰা বেগম।
  • গীতানগৰ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী খাইৰুলক।
  • পাৰিবাৰিক কন্দলৰ বাবে এই হত্যাকাণ্ড।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in