শেহতীয়া খবৰ
মণিপুৰত গ্ৰেণেড বিস্ফোৰণত আহত ২ চিআৰপিএফ জোৱান  •  দক্ষিণ শালমাৰাৰ ৭ গাওঁ পঞ্চায়তত বৰ লুইতৰ তাণ্ডৱ! জাহ গ’ল শ শ পৰিয়ালৰ ভেটি-মাটি...  •  হাটশিঙিমাৰীত পুনৰ গ্ৰেপ্তাৰ ৩ চোৰাং গৰু বেপাৰী...  •  লক্ষীপুৰত কৃষিজাত সামগ্ৰীৰ বিপণনৰ তিনিদিনীয়া কৰ্মশালা আৰম্ভ  •  ভয়ংকৰ বিস্ফোৰণৰ পৰা ৰক্ষা পৰিল অনন্তনাগ, ৰাজপথত পৰি থকা শক্তিশালী বিস্ফোৰক নিষ্ক্ৰিয়  •  'অসমীয়া প্ৰতিদিন'ৰ দেৱজিৎ বৰ্মনলৈ 'মিষ্টাৰ গুৱাহাটী' খিতাপ...  •  'অসমীয়া প্ৰতিদিন'ৰ দেৱজিৎ বৰ্মনলৈ 'মিষ্টাৰ গুৱাহাটী' খিতাপ...  •  'অসমীয়া প্ৰতিদিন'ৰ দেৱজিৎ বৰ্মনলৈ 'মিষ্টাৰ গুৱাহাটী' খিতাপ...  •  শিৱসেনা-কংগ্ৰেছ-এনচিপিৰ মিত্ৰতা সুবিধাবাদী, এই মিত্ৰতাই এখন সুস্থ চৰকাৰ গঠন কৰিব নোৱাৰেঃ নীতিন গাডকাৰী  •  ধৰ্ষণ আৰু শিশু অপহৰণত অভিযুক্ত স্বামী নিত্যানন্দৰ বিদেশলৈ পলায়ন!

মহানগৰীৰ গীতামন্দিৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, নয়নতৰা আত্মসহায়ক গোটৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযান… VIDEO

90
  • সমগ্ৰ দেশবাসীৰ লগতে মহানগৰীৰ গীতামন্দিৰতো উদযাপন কৰা হয় স্বাধীনতা দিৱস।
  • পুৱাই গীতামন্দিৰৰ সমীপৰ সূৰুয নগৰৰ নয়নতৰা আত্মসহায়ক গোটে উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা।
  • ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে এই নয়নতৰা আত্মসহায়ক গোটে চলাই স্বচ্ছ ভাৰত অভিযান।
  • মাদাৰ টেৰেছা পথৰ পৰা অসমৰ অন্যতম পৰ্যটকস্থলীলৈ যাবলগীয়া এই পথটোত চাফাই অভিযান চলাই গোটটোৱে।
  • হাতে হাতে ঝাড়ু লৈ ওলাই আহে এই নয়নতৰা আত্মসহায়ক গোট।
  • দেশৰ উন্নতিৰ বাবে স্বচ্ছতাৰ প্ৰয়োজন বুলি মন্তব্য কৰে এই আত্মসহায়ক গোটে।
  • প্ৰকৃতিৰ সৌন্দৰ্যতাৰে ভৰপূৰ এই পৰ্যটকস্থলীটো চফা কৰি ৰাখিবলৈ স্বাধীনতা দিৱসত এনেদৰে স্বচ্ছ ভাৰত অভিযান চলালে নয়নতৰা আত্মসহায়ক গোটে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি