মহানগৰীৰ গীতামন্দিৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, নয়নতৰা আত্মসহায়ক গোটৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযান… VIDEO

মহানগৰীৰ গীতামন্দিৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, নয়নতৰা আত্মসহায়ক গোটৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযান… VIDEO
  • সমগ্ৰ দেশবাসীৰ লগতে মহানগৰীৰ গীতামন্দিৰতো উদযাপন কৰা হয় স্বাধীনতা দিৱস।
  • পুৱাই গীতামন্দিৰৰ সমীপৰ সূৰুয নগৰৰ নয়নতৰা আত্মসহায়ক গোটে উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা।
  • ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে এই নয়নতৰা আত্মসহায়ক গোটে চলাই স্বচ্ছ ভাৰত অভিযান।
  • মাদাৰ টেৰেছা পথৰ পৰা অসমৰ অন্যতম পৰ্যটকস্থলীলৈ যাবলগীয়া এই পথটোত চাফাই অভিযান চলাই গোটটোৱে।
  • হাতে হাতে ঝাড়ু লৈ ওলাই আহে এই নয়নতৰা আত্মসহায়ক গোট।
  • দেশৰ উন্নতিৰ বাবে স্বচ্ছতাৰ প্ৰয়োজন বুলি মন্তব্য কৰে এই আত্মসহায়ক গোটে।
  • প্ৰকৃতিৰ সৌন্দৰ্যতাৰে ভৰপূৰ এই পৰ্যটকস্থলীটো চফা কৰি ৰাখিবলৈ স্বাধীনতা দিৱসত এনেদৰে স্বচ্ছ ভাৰত অভিযান চলালে নয়নতৰা আত্মসহায়ক গোটে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in