গীতানগৰত চাঞ্চল্যকৰ ঘটনাঃ বিচৰা ধন নিদিয়াৰ বাবে ব্লেডেৰে আক্ৰমণ ড্ৰাগছ আসক্তৰ, ৪৫টা চিলাই…

গীতানগৰত চাঞ্চল্যকৰ ঘটনাঃ বিচৰা ধন নিদিয়াৰ বাবে ব্লেডেৰে আক্ৰমণ ড্ৰাগছ আসক্তৰ, ৪৫টা চিলাই…
  • দেওবাৰে নিশা গুৱাহাটীৰ গীতানগৰত লোমহৰ্ষক ঘটনা।
  • ড্ৰাগছ আসক্তই ধনদাবী কৰিছিল এজন যুৱকক।
  • বিচৰা ধন নিদিয়াৰ বাবেই ব্লেডেৰে আক্ৰমণ এজন যুৱকক।
  • ৪৫টা চিলাই পৰিল আক্ৰান্ত যুৱকজনৰ দেহত
  • ঘটনা সন্দৰ্ভত গীতানগৰ আৰক্ষীৰ তদন্ত অব্যাহত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in