দেশৰ নতুন মহাগাণনিক ৰূপে শপত ল’লে জি চি মুৰ্মুয়ে…

দেশৰ নতুন মহাগাণনিক ৰূপে শপত ল’লে জি চি মুৰ্মুয়ে…
  • দেশৰ নতুন মহাগাণনিক (CAG) ৰূপে শপত ল'লে জি চি মুৰ্মুয়ে।
  • ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে শপত বাক্য পাঠ কৰায় তেওঁক।
  • ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হৈছিল এই শপত গ্ৰহণ অনুষ্ঠান।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও উপস্থিত আছিল শপত গ্ৰহণ অনুষ্ঠানত।
  • ইয়াৰ পূৰ্বে জম্মু-কাশ্মীৰৰ লেঃ গৱৰ্ণৰ দায়িত্বত আছিল মুৰ্মু।
  • সেই পদৰ পৰা পদত্যাগ কৰিছিল কিছুদিনৰ পূৰ্বে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in