ৰাজনীতিত নতুন ইনিংছ আৰম্ভ একালৰ ভাৰতীয় ক্ৰিকেট দলৰ অপেনাৰ গৌতম গম্ভীৰৰ

ৰাজনীতিত নতুন ইনিংছ আৰম্ভ একালৰ ভাৰতীয় ক্ৰিকেট দলৰ অপেনাৰ গৌতম গম্ভীৰৰ
  • বিজেপিত যোগ দিলে গৌতম গম্ভীৰে।
  • দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত বিজেপিত যোগ দিয়ে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।
  • কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ আৰু অৰুণ জেটলী উপস্থিত আছিল এই অনুষ্ঠানত।
  • এইবাৰ লোকসভা নিৰ্বাচনত দিল্লীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে গৌতম গম্ভীৰে।
  • দীৰ্ঘদিন ধৰি তেওঁ বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলি আহিছিল।
  • ক্ৰিকেটৰ পিছত এইবাৰ ৰাজনীতিত নতুন ইনিংছ আৰম্ভ গৌতম গম্ভীৰৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in