শেহতীয়া খবৰ
কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ পশ্চিমবংগত প্ৰতিবাদকাৰীয়ে জ্বলালে ৫খন ৰে’ল...  •  মন্ত্ৰী ৰঞ্জিত দত্তক ক'লা পতাকা প্ৰদৰ্শন  •  ১৬ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদে পালন কৰিব ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি  •  সান্ধ্য আইনৰ মাজতে মহানগৰীৰ লাখটকীয়াত আৰক্ষীয়ে শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পোষ্টাৰ ফলাৰ অভিযোগ  •  আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ  •  CAA বিৰোধী প্ৰতিবাদঃ হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত ৮৫ জনক গ্ৰেপ্তাৰ, শতাধিকক আটক কৰাৰ বিপৰীতে কেইবাশক আটক কৰাৰ প্ৰস্তুতি...  •  অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)য়ে ৰুজু কৰিছে গোচৰ...  •  এতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ঃ ছোনীয়া গান্ধী  •  সোমবাৰৰ সন্ধিয়া ৭ বজালৈকে ৰাজ্যত বন্ধ থাকিব ইণ্টাৰনেট সেৱা...  •  ভাৰতত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ প্ৰভাৱক লৈ চিন্তিত আমেৰিকা!

ৰাজনীতিত নতুন ইনিংছ আৰম্ভ একালৰ ভাৰতীয় ক্ৰিকেট দলৰ অপেনাৰ গৌতম গম্ভীৰৰ

314
  • বিজেপিত যোগ দিলে গৌতম গম্ভীৰে।
  • দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত বিজেপিত যোগ দিয়ে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।
  • কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ আৰু অৰুণ জেটলী উপস্থিত আছিল এই অনুষ্ঠানত।

  • এইবাৰ লোকসভা নিৰ্বাচনত দিল্লীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে গৌতম গম্ভীৰে।
  • দীৰ্ঘদিন ধৰি তেওঁ বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলি আহিছিল।
  • ক্ৰিকেটৰ পিছত এইবাৰ ৰাজনীতিত নতুন ইনিংছ আৰম্ভ গৌতম গম্ভীৰৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি