গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত বাইক আৰোহী…

গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত বাইক আৰোহী…
  • গৌৰীপুৰৰ ডোনখোৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • বাইক আৰু ই-ৰিক্সাৰ মুখামুখি সংঘৰ্ষ।
  • এই দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহীজন।
  • নিহত বাইক আৰোহীজনৰ নাম দীপক নাথ বুলি জানিব পৰা গৈছে।
  • সংকটজনক অৱস্থাত এজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
  • গুৰুতৰভাৱে আহত লোকজনৰ নাম বিনোদ ৰায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in