নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত গৃহীত হ’বলৈ নিদিয়ে কংগ্ৰেছেঃ গৌৰৱ গগৈ

ফাইল ফটো
ফাইল ফটো
  • দিল্লীত সংবাদমেল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত গৃহীত হ'বলৈ নিদিয়ে কংগ্ৰেছে।
  • বৃহস্পতিবাৰে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ আহ্বানত অনুষ্ঠিত হোৱা সাধাৰণ সম্পাদকৰ বৈঠকত এই বিষয়ে সবিশেষ আলোচনা হয়।
  • বৈঠকত উপস্থিত আছিল কংগ্ৰেছৰ নৱনিযুক্ত সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীও।
  • অসমলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে যাবলৈ প্ৰিয়ংকা গান্ধীক আহ্বান গৌৰৱ গগৈৰ।
  • কংগ্ৰেছে ইতিমধ্যে বিধেয়কখন প্ৰতিহত কৰিবলৈ ৰণনীতি প্ৰস্তুত কৰিছে বুলিও জনালে গৌৰৱ গগৈয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in