শেহতীয়া খবৰ
শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ... • আৰু ৩১জনৰ দেহত কোভিড-১৯, বহিঃৰাজ্যৰ পৰা বিমানেৰে অহা ২০জন আক্ৰান্ত কোৰোনাত... • কোৰোনাৰ পাছত বানৰ তাণ্ডৱ অসমত! ৬জনে হেৰুৱাইছে প্ৰাণ... • বৰক্ষেত্ৰীৰ লাৰকুছিত উপস্থিত হৈ গৰাখহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ... VIDEO • ওদালগুৰিত বিগত ২৪ ঘণ্টাত ১২জনকৈ লোক কোৰোনাত আক্ৰান্ত... • PUBG খেলাৰ বাবেই ম’বাইল চুৰি কৰি আৰক্ষীৰ জালত ২ কিশোৰ... • লকডাউনৰ প্ৰভাৱঃ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ে কি পদক্ষেপ ল’ব পৰামৰ্শৰ বাবে ৰাজ্যপালৰ উচ্চস্তৰীয় কমিটী গঠন... • ৰোহিত শৰ্মাক ‘ৰাজীৱ গান্ধী খেল ৰত্ন-২০২০’ৰ বাবে মনোনীত...

সাংসদ গৌৰৱ গগৈক দিয়া হ’ল ত্ৰিপুৰা আৰু মণিপুৰ কংগ্ৰেছৰ দায়িত্ব…

821
  • কংগ্ৰেছ সভাপতিয়ে প্ৰদান কৰিলে সাংসদ গৌৰৱ গগৈক নতুন দ্বায়িত্ব।
  • ত্ৰিপুৰা আৰু মণিপুৰ কংগ্ৰেছৰ দায়িত্ব দিয়া হৈছে সাংসদগৰাকীক।
  • ইয়াৰোপৰি, পশ্চিমবংগ আৰু আন্দামান নিকোবৰৰ দলীয় দায়িত্বতো থাকিব তেওঁ।
  • ইফালে, উত্তৰ-পূবৰ অন্যান্য ৰাজ্যৰ দলৰ সাধাৰণ সম্পাদকৰ দ্বায়িত্ব প্ৰদান কৰা হয় লুইজিনহো ফেলেৰিঅক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি