ড০ হীৰেন গোহাঁইৰ ওপৰত গোচৰ ৰুজু কৰাৰ সন্দৰ্ভত কি ক’লে সাংসদ গৌৰৱ গগৈয়ে

ড০ হীৰেন গোহাঁইৰ ওপৰত গোচৰ ৰুজু কৰাৰ সন্দৰ্ভত কি ক’লে সাংসদ গৌৰৱ গগৈয়ে
  • ড০ হীৰেন গোহাঁইৰ ওপৰত গোচৰ ৰুজু কৰাৰ সন্দৰ্ভত মন্তব্য সাংসদ গৌৰৱ গগৈৰ।
  • 'ড০ হীৰেন গোহাঁইৰ ওপৰত গোচৰ ৰুজু কৰাটো দুৰ্ভাগ্যজনক।'
  • 'বিজেপি এটা ভাইৰাছ, সকলো আঞ্চলিক দলক খাই পেলাব বিজেপিয়ে।'
  • বিজেপি ক্ষমতাত থাকিলে আৰ এছ এছে সংবিধানেই নোহোৱা কৰিব বুলিও মন্তব্য সাংসদগৰাকীৰ।
  • দেশ–জাতি উদ্ধাৰৰ বাবে সকলোকে একত্ৰিত হোৱাৰ আহ্বান গৌৰৱ গগৈৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in