শেহতীয়া খবৰ
পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...  •  হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ...  •  চৰাইদেউত “গ্ৰীষ্মকালীন গীতৰ কৰ্মশালা”ৰ আয়োজন

ড০ হীৰেন গোহাঁইৰ ওপৰত গোচৰ ৰুজু কৰাৰ সন্দৰ্ভত কি ক’লে সাংসদ গৌৰৱ গগৈয়ে

673
  • ড০ হীৰেন গোহাঁইৰ ওপৰত গোচৰ ৰুজু কৰাৰ সন্দৰ্ভত মন্তব্য সাংসদ গৌৰৱ গগৈৰ।
  • ‘ড০ হীৰেন গোহাঁইৰ ওপৰত গোচৰ ৰুজু কৰাটো দুৰ্ভাগ্যজনক।’
  • ‘বিজেপি এটা ভাইৰাছ, সকলো আঞ্চলিক দলক খাই পেলাব বিজেপিয়ে।’
  • বিজেপি ক্ষমতাত থাকিলে আৰ এছ এছে সংবিধানেই নোহোৱা কৰিব বুলিও মন্তব্য সাংসদগৰাকীৰ।
  • দেশ–জাতি উদ্ধাৰৰ বাবে সকলোকে একত্ৰিত হোৱাৰ আহ্বান গৌৰৱ গগৈৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি