অসমৰ গৌৰাংগলাল দাস হ’ব টাইৱানত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত

অসমৰ গৌৰাংগলাল দাস হ’ব টাইৱানত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত

টাইৱানত ভাৰতৰ ৰাষ্ট্ৰদূত ৰূপে দায়িত্ব ল'ব এজন এসম সন্তানে।
তেওঁৰ নাম গৌৰাংগলাল দাস।
গৌৰাংগলাল দাসৰ ঘৰ বৰপেটাত
সৰুৰে পৰাই অতি মেধাবী ছাত্ৰ আছিল গৌৰাংগলাল দাস।
১৯৯১ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰিছিল তেওঁ।
সোমাবাৰে তাইৱানলৈ যাত্ৰা কৰিব দাসে।
অসমৰ গৌৰাংগলাল দাস হ'ব টাইৱানত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in