গুৱাহাটী বিশ্ববিদ্যালয়ে বাতিল কৰিলে স্নাতক মহলাৰ পৰীক্ষা….

গুৱাহাটী বিশ্ববিদ্যালয়ে বাতিল কৰিলে স্নাতক মহলাৰ পৰীক্ষা….
  • পিছুৱাই দিয়া হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা।
  • ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে বিশ্ববিদ্যালয়খনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।
  • বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্নাতক মহলাৰ ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
  • ২৫ জুনত অনুষ্ঠিত হোৱাৰ কথা আছিল এই পৰীক্ষা।
  • এই পৰীক্ষাৰ বাবে নতুনকৈ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে ২৯ জুন।
  • ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয়খনে স্নাতকোত্তৰ মহলাৰ পৰীক্ষাও বাতিল কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in