শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...

গুৱাহাটী বিশ্ববিদ্যালয়ে বাতিল কৰিলে স্নাতক মহলাৰ পৰীক্ষা….

  • পিছুৱাই দিয়া হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা।
  • ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে বিশ্ববিদ্যালয়খনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।
  • বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্নাতক মহলাৰ ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
  • ২৫ জুনত অনুষ্ঠিত হোৱাৰ কথা আছিল এই পৰীক্ষা।
  • এই পৰীক্ষাৰ বাবে নতুনকৈ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে ২৯ জুন।
  • ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয়খনে স্নাতকোত্তৰ মহলাৰ পৰীক্ষাও বাতিল কৰিছিল।