গুৱাহাটী বিশ্ববিদ্যালয়ত কোভিডঃ বন্ধ পাঠদান, হোষ্টেল খালী কৰাৰ নিৰ্দেশ

গুৱাহাটী বিশ্ববিদ্যালয়ত কোভিডঃ বন্ধ পাঠদান, হোষ্টেল খালী কৰাৰ নিৰ্দেশ
  • গুৱাহাটী বিশ্ব বিদ্যালয়ত কোভিডৰ গণ সংক্ৰমণ।
  • বন্ধ কৰা হৈছে বিশ্ববিদ্যালয়ৰ নিয়মীয়া পাঠদান।
  • ২০ জনকৈ ছাত্ৰৰ দেহত এতিয়ালৈকে ধৰা পৰিছে কোভিড-১৯।
  • এটি-৯ ছাত্ৰাবাসৰ ১০ জন ছাত্ৰৰ দেহত ধৰা পৰিছে কোভিড।
  • মঙ্গলবাৰৰ পৰা হোষ্টেলসমূহ খালী কৰাৰ নিৰ্দেশ দিছে কৰ্তৃপক্ষই।
  • ১৯ ডিচেম্বৰলৈ বন্ধ থাকিব নিয়মীয়া পাঠদান আৰু হোষ্টেল।
  • অনুষ্ঠিত হৈ আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় সপ্তাহ।
  • বাতিল কৰা হৈছে সকলো সাংস্কৃতিক অনুষ্ঠান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in