গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৃতীয় ছেমিষ্টাৰৰ পৰীক্ষা বাতিল…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৃতীয় ছেমিষ্টাৰৰ পৰীক্ষা বাতিল…
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশেষ জাননী।
  • বিশ্ববিদ্যালয়খনে বাতিল কৰিছে স্নাতক পৰ্যায়ৰ তৃতীয় ছেমিষ্টাৰৰ পৰীক্ষা।
  • তৃতীয় ছেমিষ্টাৰৰ শিক্ষাৰ্থীসকলে পূৰ্বৰ পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিতেই পৰৱৰ্তী ছেমিষ্টাৰলৈ উত্তীৰ্ণ হ'ব।
  • আনহাতে ষষ্ঠ ছেমিষ্টাৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব আগষ্ট মাহত।
  • এই পৰীক্ষা অনুষ্ঠিত হ'ব অনলাইন মাধ্যমেৰে।
  • ষষ্ঠ ছেমিষ্টাৰৰ পৰীক্ষাৰ্থীসকলৰ বাবে ৬০ শতাংশ পাঠ্যক্ৰমৰ ভিত্তিত প্ৰশ্ন কাকত তৈয়াৰ কৰা হ'ব।
  • আনহাতে প্ৰেক্টিকেল পৰীক্ষাৰ বাবে পৰৱৰ্তী সময়ত নিৰ্দেশনা প্ৰদান কৰিব বুলি উল্লেখ কৰা হৈছে জাননীখনত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in