শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৃতীয় ছেমিষ্টাৰৰ পৰীক্ষা বাতিল…

  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশেষ জাননী।
  • বিশ্ববিদ্যালয়খনে বাতিল কৰিছে স্নাতক পৰ্যায়ৰ তৃতীয় ছেমিষ্টাৰৰ পৰীক্ষা।
  • তৃতীয় ছেমিষ্টাৰৰ শিক্ষাৰ্থীসকলে পূৰ্বৰ পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিতেই পৰৱৰ্তী ছেমিষ্টাৰলৈ উত্তীৰ্ণ হ’ব।
  • আনহাতে ষষ্ঠ ছেমিষ্টাৰৰ পৰীক্ষা অনুষ্ঠিত হ’ব আগষ্ট মাহত।
  • এই পৰীক্ষা অনুষ্ঠিত হ’ব অনলাইন মাধ্যমেৰে।
  • ষষ্ঠ ছেমিষ্টাৰৰ পৰীক্ষাৰ্থীসকলৰ বাবে ৬০ শতাংশ পাঠ্যক্ৰমৰ ভিত্তিত প্ৰশ্ন কাকত তৈয়াৰ কৰা হ’ব।
  • আনহাতে প্ৰেক্টিকেল পৰীক্ষাৰ বাবে পৰৱৰ্তী সময়ত নিৰ্দেশনা প্ৰদান কৰিব বুলি উল্লেখ কৰা হৈছে জাননীখনত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি