ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি গুৱাহাটীৰ গে’ট চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি গুৱাহাটীৰ গে’ট চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি
  • গুৱাহাটী গে'ট চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি।
  • ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি গুৱাহাটীৰ গে'ট চিকিৎসালয়ত  এই পৰিস্থিতি।
  • ভুল চিকিৎসাৰ বাবেই বাবুল আলী নামৰ ৰোগীজনৰ মৃত্যু হোৱাৰ অভিযোগ।
  • যান-বাহন আৰক্ষীৰ কনিষ্টবল আছিল বাবুল আলী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in