ভাল খবৰ, হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

ভাল খবৰ, হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য
  • ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস।
  • ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ মূল্য হ্ৰাস।
  • প্ৰতিটো গেছৰ চিলিণ্ডাৰত হ্ৰাস পালে ৬২.৫০ টকা।
  • ইফালে ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ মূল্য হ্ৰাস হোৱা নাই।
  • কিছুদিন পূৰ্বে হ্ৰাস পাইছিল চিলিণ্ডাৰৰ মূল্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in