শেহতীয়া খবৰ
অমিত শ্বাহ অহাৰ বাটত ক’লা পতাকা আঁৰিলে আছুৱে...  •  অমিত শ্বাহ অহাৰ বাটত ক’লা পতাকা আঁৰিলে আছুৱে...  •  অমিত শ্বাহ অহাৰ বাটত ক’লা পতাকা আঁৰিলে আছুৱে...  •  আকাশবাণী কেন্দ্ৰত অগ্নিকাণ্ড...  •  ৰাজ্যত আকৌ ১৯জন কোৰোনা পজিটিভ...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  উত্তৰাখণ্ডৰ গংগোত্ৰীৰ স্বামী অজয় যোগীৰ বটদ্ৰৱা থান দৰ্শন...  •  ধেমাজি গ্ৰন্থ উৎসৱ-২০২১ৰ ষষ্ঠ দিনৰ কাৰ্যসূচী...  •  চাউলখোৱাত অসম সাহিত্য সভাৰ সাংস্কৃতিক মৈত্ৰীবন্ধন আৰু ভাৱ বিনিময় অনুষ্ঠানৰ আয়োজন...

জুলাইৰ প্ৰথম দিনটোতে জনতাৰ মুৰত মাধমাৰঃ বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য…

1,972

ডিজিটেল ডেস্কঃ জুলাই মাহৰ প্ৰথমটো দিনতে জনতাৰ মুৰত মাধমাৰ সোধাই বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য। বিনা ৰাজসাহায্যকৃত চিলিণ্ডাৰ দাম বৃদ্ধি কৰাৰ কথা ইতিমধ্যে আই অ চি এলৰ বেৱচাইটত উপলদ্ধ হৈছে। ১জুলাইৰে পৰা প্ৰযোজ্য হোৱাকৈ ১৯ কিঃগ্ৰাঃ আৰু ১৪.২কিঃমিঃ বিনা ৰাজসাহায্যকৃত চিলিণ্ডাৰৰ দাম ১১.৫০টকাকৈ বৃদ্ধি কৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে, যোৱা মে মাহত প্ৰতিখন ৰাজ্যত হ্ৰাস পাইছিল ৰন্ধন গেছৰ মূল্য। উল্লেখ্য যে, এইবাৰো বিভিন্ন ৰাজ্যত টেক্সৰ ওপৰত ভিত্তি কৰি কম-বেছি পৰিমাণে বৃদ্ধি পাইছে ৰন্ধন গেছৰ মূল্য।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি