শেহতীয়া খবৰ
মৰ্মান্তিক ঘটনা! নুমলীগড়ত পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি... • নেপালত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১,০৪২ গৰাকীলৈ বৃদ্ধি... • অসমত নতুনকৈ ৩৩ জন লোকৰ দেহত কোৰোনা ভাইৰাছ, ৮৩১লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা... • অৱশেষত আৰম্ভ হ'ল সোণতলীৰ আৰিকাটি বৰদিয়া নয়াপাৰা সংযোগী দলং মেৰামতিৰ কাম • বানপানীয়ে প্ৰাণ কাঢ়িলে নগৰবেৰাৰ এগৰাকী কৃষকৰ... • অসম চৰকাৰৰ কৰ্মচাৰীয়ে দৰমহা কেতিয়া পাব, কাটিব নেকি দৰমহাৰ শতাংশ... • ঝাৰখণ্ডত আৰক্ষীৰে সংঘৰ্ষত ৩ নক্সালবাদীৰ মৃত্যু... • "কোৰোনাই নামাৰে, আমি খাবলৈ নাপাইহে মৰি থাকিম, আমাক ৰক্ষা কৰক", কোৱাৰেন্টাইন চেন্টাৰত থকা যুৱকে কিয় ক'লে এনেকৈ, VIDEO • অসমৰ আকাশত ওলোটা ৰামধেনু, অশনি সংকেত বুলি ছ'চিয়েল মিডিয়াত চৰ্চা, প্ৰকৃততে কিয় ওলোটাকৈ ওলাই ৰামধেনু • হাজোৰ সনাতন ডেকাৰ হত্যাকাণ্ডঃ পলাতক খবিৰউদ্দিন আহমেদক গ্ৰেপ্তাৰ...

মহানগৰীৰ গড়চুকৰ আহোমগাঁৱত জব্দ ৩খন চুৰি দুচকীয়া বাহন

140
  • শনিবাৰে নিশা গোপন সূত্ৰৰ পম খেদি গড়চুক আৰক্ষীৰ অভিযান।
  • মহানগৰীৰ গড়চুকৰ আহোমগাঁৱত জব্দ ৩খন চুৰি দুচকীয়া বাহন।
  • এটা ভাড়াঘৰৰ পৰা জব্দ এখন কেটিএম, হোণ্ডা দিও আৰু হোণ্ডা এক্টিভা বাহন।
  • চুৰি কেটিএম বাইকখনৰ নম্বৰ প্লেট আঁতৰাই পেলাইছিল চোৰটোৱে।
  • আৰক্ষীৰ উপস্থিতিৰ কথা গম পাই আন্ধাৰৰ সুযোগ লৈ পলায়ন দুৰ্ধৰ্ষ চোৰ প্ৰণৱ ডেকাৰ।
  • অভিযুক্ত প্ৰণৱ ডেকাক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি