বৃদ্ধি হ’ল জাবৰ সংগ্ৰহৰো মাচুলঃ চাওক কেইটকা দিব লাগিব আপুনি…

বৃদ্ধি হ’ল জাবৰ সংগ্ৰহৰো মাচুলঃ চাওক কেইটকা দিব লাগিব আপুনি…
  • গুৱাহাটী মহানগৰবাসীৰ বাবে বেয়া খবৰ।
  • বৃদ্ধিপাব জাবৰ সংগ্ৰহৰ মাচুল।
  • জুৱ মাহৰ প্ৰথম সপ্তাহৰ পৰা বৃদ্ধি পাব জাবৰ সংগ্ৰহৰ মাচুল।
  • ৫০ টকালৈ বৃদ্ধি পাব এই মাচুল।
  • বৰ্তমান ৩০ টকা জাবৰ সংগ্ৰহৰ মাচুল।
  • প্রায় ১৪ বছৰৰ পিছত বৃদ্ধি হ'ব গুৱাহাটী পৌৰ সভাৰ এই মাচুল।
  • জুনৰ প্রথম সপ্তাহত এন জি অ' সমূহে মহানগৰ পৰিষ্কাৰৰ দায়িত্ব পাব।
  • মেয়ৰ মৃগেন শৰণীয়াই জনালে এই কথা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in