গুৱাহাটী ৰে’লৱে ষ্টেচনত গাঞ্জা জব্দ

গুৱাহাটী ৰে’লৱে ষ্টেচনত গাঞ্জা জব্দ
  • গুৱাহাটী ৰে'লৱে ষ্টেচনত গাঞ্জা জব্দ।
  • ২৫কেজি গাঞ্জা জব্দ কৰে আৰক্ষীয়ে।
  • গাঞ্জাসহ আৰক্ষীয়ে আটক কৰে পাপু সিং নামৰ এজন লোকক।
  • বিহাৰত ঘৰ আটকাধিন লোকজনৰ।
  • নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ গাঞ্জাখিনি।
  • ডিমাপুৰৰ পৰা বিহাৰলৈ গাঞ্জাখিনি নিয়াৰ পথতে আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি।
  • আৰক্ষীয়ে ঘটনা সংক্ৰান্তত ৰুজু কৰিছে এক গোচৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in