শেহতীয়া খবৰ
CPI(M)ৰ প্ৰতিবাদঃ ধনশিৰি মহকুমাধিপতিৰ যোগদি মুখ্যমন্ত্ৰীলৈ ৯ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ...  •  নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত UPSC,APSC, IFS ৰ সন্দৰ্ভত কৰ্মশালা...  •  উচ্চতৰ মাধ্যমিকত নগাঁৱত তিনিটা শাখাত উত্তীৰ্ণৰ হাৰ গড়ে ৮৮.১১শতাংশ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  মৰিগাঁৱত কৰুণ ঘটনাঃ বাঢ়নী পানীত পৰি মৃত্যু শিশু, কিশোৰৰ...  •  ৩.৫ কোটিৰে BVFCL  চিকিৎসালয় নৱীকৰণৰ কাম আৰম্ভঃ মাইক্ৰপেথ লেবৰেটৰী আৰু  আলট্ৰাছাউণ্ড মেছিন ৰাইজৰ সেৱাত মুকলি...  •  বটদ্ৰৱা কাণ্ডৰে জড়িত আশ্বিকুলৰ ফলাফলে কন্দুৱাইছে পৰিয়ালক...  •  জামুগুৰিত ৰৈ থকা ট্ৰাকত বাইকৰ খুন্দাঃ থিতাতে নিহত ২ জন...  •  জাগুন ঘাটত দলং নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ...

মুক্তি লাভ কৰিলে বহু চৰ্চিত ছবি গংগুবাই কাঠিয়াবাড়ী, প্ৰথম দিনতেই আয় কৰিলে কোটি কোটি টকা

ডিজিটেল ডেস্ক: ২৫ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰে নিৰ্দেশক সঞ্জয় লীলা বঞ্চালীৰ ছবি গাংগুবাই কাঠিয়াবাড়ী।ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা আলিয়া ভাটৰ অভিনয়ক সকলোৱে প্ৰশংসা কৰিছে।

উল্লেখ্য যে, ছবিখন এটি প্ৰকৃত চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্মাণ কৰা হৈছিল যদিও গংগুৱাইৰ দুখ ফুটি উঠাত বহু বেছি সক্ষম নহল ছবিখনে। কিন্তু অইনবাৰৰ দৰে এইবাৰো সঞ্জয় লীলা বঞ্চালীৰ ছবি খনৰ ডাইলগ আৰু গানে দৰ্শকক অভিভূত কৰিছে।

শুকুৰবাৰে মুক্তি লাভ কৰা ছবিখনে প্ৰথম দিনটোতেই প্ৰায় ৯ কোটি টকা আয় কৰে.। গংগুৱাই কাঠিয়াবাড়ী ছবিখনৰ বাবে বহুতেই পূৰ্বতেই টিকট বুক কৰি ৰাখিছিল। প্ৰায় ৩ কোটি টকাৰ টিকট বিক্ৰী হৈছিল ছবি মুক্তিৰ পূৰ্বে।

ছবি নিৰ্মাতা সকলে আশা কৰিছে ছবিখনে পৰৱৰ্তী সময়ত আৰু অধিক আয় কৰিবলৈ সক্ষম হ’ব। ছবিখনৰ কাহিনী এগৰাকী মহিলাৰ ওপৰত নিৰ্মাণ সৈতে যিয়ে সৰুতেই মুম্বাইলৈ আহিছিল হিৰোইন হোৱাৰ আশাৰে কিন্তু সেই আশা তেওঁৰ সম্পূৰ্ণ নহ’ল। গংগুৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে এই ছবিত উপস্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে।