গেংটকত পুনৰ লকডাউনৰ ঘোষনা…

গেংটকত পুনৰ লকডাউনৰ ঘোষনা…

  • গেংটকত পুনৰ লকডাউনৰ ঘোষনা ছিকিম চৰকাৰৰ ।
  • কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে ছিকিমৰ ৰাজধানী গেংটকত পুনৰ লকডাউনৰ ঘোষনা।
  • ২১ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰলৈ লকডাউন ঘোষনা কৰিছে ছিকিম চৰকাৰে ।
  • গেংটকৰ পৌৰ নিগমৰ অঞ্চল অধীনত বলবৎ হ'ব এই লকডাউন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in