মহানগৰীত তীৰৰ ঘাটি উচ্ছেদ, ৭জনক আটক

  • মহানগৰীৰ গণেশ মন্দিৰৰ সমীপত তীৰৰ ঘাটি উচ্ছেদ আৰক্ষীৰ।
  • তীৰ খেলৰ সৈতে জড়িত থকা ৭জন লোককো আটক কৰে আৰক্ষীয়ে।
  • দীৰ্ঘ দিনৰ পৰা চলাই আছিল তীৰৰ ৰমৰমীয়া বেহা।
  • ৭জনক আটক কৰাৰ লগতে জব্দ কৰে ৪ হাজাৰ টকা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in