গান্ধীবস্তিত সুৰাৰ ৰাগিত মাতাল হৈ পত্নীক গুৰিয়াই গুৰিয়াই হত্যা

  • মহানগৰীৰ গান্ধীবস্তিত নৃশংস হত্যাকাণ্ড।
  • সুৰাৰ ৰাগিত মাতাল হৈ পত্নীক গুৰিয়াই গুৰিয়াই হত্যা কৰিলে এজন লোকে।
  • মৃত মহিলাগৰাকীৰ নাম ৰীনাৰা খাতুন।
  • হত্যাকাৰী গণেশ দাস সম্প্ৰতি পলাতক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in