আজি গান্ধী জয়ন্তীঃ গান্ধী মণ্ডপত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

আজি গান্ধী জয়ন্তীঃ গান্ধী মণ্ডপত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ডিজিটেল সংবাদ, গুৱাহাটীঃ আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্মজয়ন্তী। মহানগৰীৰ দক্ষিণ শৰণীয়াস্থিত গান্ধী মণ্ডপত গান্ধী জয়ন্তী উপলক্ষে বৰ্ণাঢ্য আয়োজন।

গান্ধী মণ্ডপতে আজি আনুষ্ঠানিকভাৱে উত্তোলন কৰা হ'ব দেশৰ ভিতৰত তৃতীয় উচ্চতাৰ জাতীয় পতাকাখন। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আনুষ্ঠানিকভাৱে উত্তোলন কৰিব পতাকাখন। পতাকাখনৰ উচ্চতা ৩১৯.৫ ফুট। স্মাৰ্ট চিটিৰ অধীনত নিৰ্মান কৰা হৈছে এই সুউচ্চ পতাকাখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in