গদাধৰ নৈত উদ্ধাৰ মৃতদেহ

গদাধৰ নৈত উদ্ধাৰ মৃতদেহ
  • অৱশেষত উদ্ধাৰ হ'ল পাইয়া ৰবিদাস নামৰ ব্যক্তিজনৰ মৃতদেহ।
  • ধুবুৰীৰ গৌৰীপুৰৰ গদাধৰ নৈত উদ্ধাৰ হয় মৃতদেহটো।
  • এছ ডি আৰ এফ বাহিনীৰ দলে অভিযান চলাই উদ্ধাৰ কৰে ব্যক্তিজনৰ মৃতদেহটো।
  • শনিবাৰে পুৱাৰে পৰা অভিযান চলাইছিল এছ ডি আৰ এফৰ দলটোৱে।
  • শুকুৰবাৰে নিশা গদাধৰ নৈত পৰি সন্ধানহীন হৈ আছিল পাইয়া ৰবিদাস।
  • অত্যাধিক মদ্যপান কৰাৰ ফলতে নৈত পৰা বুলি সন্দেহ একাংশ লোকৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in