শেহতীয়া খবৰ
১ মিনিটত ২৫খবৰ...  •  ধলপুৰ আৰক্ষী চকীত পুনৰ চাৰিজনৰ দেহত কোভিড পজিটিভ..  •  ওদালগুৰি জিলা কাৰাগাৰৰ পৰা চাৰি হাজোতিৰ পলায়ন...  •  অসমঃ স্বাধীনতা দিৱসত কোনে ক'ত কৰিব পতাকা উত্তোলন...সবিশেষ  •  উচ্চতম ন্যায়ালয়ে নিজৰ দায়িত্ব পালন কৰিবই লাগিব,নহলে গণতন্ত্ৰৰ ধংস অনিবাৰ্য...  •  ছয়গাঁৱত কোৰোনাত আক্ৰান্ত এজন লোকৰ মৃত্যু...  •  নাহৰলাগুনত বান, লাগুন নদীৰ বানত ওপঙিছে গাড়ী-মটৰ...  •  ই আই এৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত পুনঃবিবেচনাৰ বাবে কেন্দ্ৰই জনোৱা আবেদন নাকচ সবোচ্চ ন্যায়ালয়ৰ...  •  বানৰ পাছত চৰহা পোকে নষ্ট কৰিছে কৃষিভূমিঃ মূৰে-কপালে হাত দিছে কৃষক ৰাইজে, প্ৰতিবাদত নামিছে ছাত্ৰ সন্থা...  •  তীৰ্থযাত্ৰীৰ বাবে সুখবৰ: ১৬ আগষ্টৰ পৰা মুকলি হ'ব বৈষ্ণো দেৱী যাত্ৰা, দৈনিক ৫০০ যাত্ৰী যাব পাৰিব মন্দিৰলৈ...

অসমৰ পৰিস্থিতি চম্ভালিবলৈ জি পি সিঙক প্ৰেৰণ অসমলৈ…

462
  • কেবক লৈ ৰাজ্যত সৃষ্টি হোৱা পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে আৰক্ষী।
  • কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সেয়েহে শীৰ্ষ আৰক্ষী বিষয়া জি পি সিঙক প্ৰেৰণ কৰিছে অসমলৈ।
  • আইন শৃংখলাজনিত পৰিস্থিত চম্ভালিবলৈ এই বিষয়াগৰাকীক প্ৰেৰণ কৰা হৈছে অসমলৈ।
  • অসম আৰক্ষীৰ ভূমিকাত সন্তুষ্ট নহৈ এইদৰে দিল্লীয়ে আইন শৃংখলাজনিত পৰিস্থিত চম্ভালিবলৈ বিষয়া প্ৰেৰণ কৰা কাৰ্য তাতপৰ্যপূৰ্ণ।
  • যিসময়ত কেব বিৰুদ্ধে ৰাজ্যত কেবৰ বিৰুদ্ধে অভূতপূৰ্ব প্ৰতিবাদ হৈছে। সেই সময়ত প্ৰতিবাদকাৰীক ৰোধিবলৈ দিল্লীয়ে ললে এই পদক্ষেপ।
  • উল্লেখ্য যে, নিয়াৰ পৰা অসমলৈ বদলি কৰা হৈছে জি পি সিঙক।
  • অসমত আলফাক লৈ চলা অভিযানকালত গুৰু দায়িত্ব পালন কৰিছিল সিঙে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি