অসমৰ পৰিস্থিতি চম্ভালিবলৈ জি পি সিঙক প্ৰেৰণ অসমলৈ…

অসমৰ পৰিস্থিতি চম্ভালিবলৈ জি পি সিঙক প্ৰেৰণ অসমলৈ…
  • কেবক লৈ ৰাজ্যত সৃষ্টি হোৱা পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে আৰক্ষী।
  • কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সেয়েহে শীৰ্ষ আৰক্ষী বিষয়া জি পি সিঙক প্ৰেৰণ কৰিছে অসমলৈ।
  • আইন শৃংখলাজনিত পৰিস্থিত চম্ভালিবলৈ এই বিষয়াগৰাকীক প্ৰেৰণ কৰা হৈছে অসমলৈ।
  • অসম আৰক্ষীৰ ভূমিকাত সন্তুষ্ট নহৈ এইদৰে দিল্লীয়ে আইন শৃংখলাজনিত পৰিস্থিত চম্ভালিবলৈ বিষয়া প্ৰেৰণ কৰা কাৰ্য তাতপৰ্যপূৰ্ণ।
  • যিসময়ত কেব বিৰুদ্ধে ৰাজ্যত কেবৰ বিৰুদ্ধে অভূতপূৰ্ব প্ৰতিবাদ হৈছে। সেই সময়ত প্ৰতিবাদকাৰীক ৰোধিবলৈ দিল্লীয়ে ললে এই পদক্ষেপ।
  • উল্লেখ্য যে, নিয়াৰ পৰা অসমলৈ বদলি কৰা হৈছে জি পি সিঙক।
  • অসমত আলফাক লৈ চলা অভিযানকালত গুৰু দায়িত্ব পালন কৰিছিল সিঙে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in