শেহতীয়া খবৰ
জি-৭ত প্ৰধানমন্ত্ৰী মোদীঃ এক পৃথিৱা, এক স্বাস্থ্যৰ বাৰ্তা প্ৰেৰণ...  •  ওৰাঙত এছ এছ বিৰ প্ৰশংসনীয় পদক্ষেপ ! কৈলাশ দেৱালয়ত ১১০ টা গছ পুলি ৰোপন....  •  হৃদ ৰোগত আক্ৰান্ত হৈ কংগ্ৰেছ নেত্ৰীৰ বিয়োগ...  •  চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি

শুকুৰবাৰে মুখ্যমন্ত্ৰী সোণোৱালৰ টুইটাৰ চলাব এগৰাকী বিশেষ যুৱতীয়ে…

ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ৰ বন্দনাই চলাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টুইটাৰ একাউণ্ট। বিশ্ব শিশু দিৱসৰ লগত সংগতি ৰাখি শিশুৰ উত্‍কৰ্ষ সাধন আৰু দক্ষতা বিকাশৰ উদ্দেশ্যৰে শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ টুইটাৰ একাউণ্ট অৰ্পণ কৰা হ’ব যুৱতীগৰাকীৰ হাতত।

উল্লেখ্য যে, বন্দনা ওৰাঙৰ ঘৰ ডিব্ৰুগড়ৰ নামৰূপ চাহ বাগিচাত। যুৱতীগৰাকীয়ে শুকুৰবাৰে পুৱা ৯ বজাৰ পৰা ১১ বজালৈকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টুইটাৰ চলাব। লগতে #Reimagining Education in Assamত কোৰোণা মহামাৰীৰ পিছৰ অভিজ্ঞাতৰ সন্দৰ্ভতো নিজৰ মন্তব্য আগবঢ়াব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি