শুকুৰবাৰে বৰপেটাত স্থানীয় বন্ধ

শুকুৰবাৰে বৰপেটাত স্থানীয় বন্ধ
  • শুকুৰবাৰে বৰপেটাত স্থানীয় বন্ধ ঘোষণা।
  • সুঁৱেৰী উপলক্ষে ঘোষণা কৰা হৈছে স্থানীয় বন্ধৰ।
  • জিলা জিলা প্ৰাশাসনে ঘোষণা কৰিছে এই বন্ধৰ।
  • সুঁৱেৰী উপলক্ষে বন্ধ থাকিব বৰপেটাৰ সকলো চৰকাৰী কাৰ্যালয়।
  • বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই সংবাদ মাধ্যমক জনালে এই কথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in