শেহতীয়া খবৰ
তেজপুৰত অসম গণ পৰিষদৰ সমৰ্থকৰ ক্ষোভ...  •  মহাজোঁটৰ বৈঠকৰ মাজতে স্প্ৰীং ভেলী ৰিজৰ্টত উত্তপ্ত পৰিস্থিতি...  •  মহাজোঁটৰ বৈঠকৰ মাজতে স্প্ৰীং ভেলী ৰিজৰ্টত উত্তপ্ত পৰিস্থিতি...  •  অসম গণ পৰিষদ এৰিব দলটোৰ আন এগৰাকী প্ৰাক্তন সভাপতিয়ে !...  •  বিহপুৰীয়াত কাৰ জিন্দাবাদ...  •  মাজুলীত নচলিব বহিৰাগত নেতাৰ দপদপনি : হুংকাৰ মাজুলী জিলা বিজেপিৰ সভাপতিৰ....  •  নাওবৈচাত ৰাইজৰ দলৰ প্ৰাৰ্থী হ’ব পাৰে আমছুৰ এজন নেতা...  •  নাগালেণ্ডৰ ডিমাপুৰত অনুষ্ঠিত হয় লায়ণ্স ক্লাৱৰ অধিবেশন ....  •  নাগালেণ্ডৰ ডিমাপুৰত অনুষ্ঠিত হয় লায়ণ্স ক্লাৱৰ অধিবেশন ....  •  লুৰীণ-অখিলৰ মধুচন্দ্ৰিকা অন্ত, উদয় নহয় অসমৰ ৰাজনীতিত নতুন দিগন্ত...

গোলাঘাটত লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কোটি টকাৰ কেলেংকাৰীৰে জড়িত প্ৰৱঞ্চকক, VIDEO

486

ডিজিটেল ডেস্কঃ লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাজ্যৰ এজন প্ৰৱঞ্চকক৷ সোমবাৰে গোলাঘাটৰ পৰা লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধ্ৰুৱজ্যোতি শইকীয়া নামৰ প্ৰৱঞ্চকটোক৷ গোলাঘাট ১ নং আহোমণী গাৱঁৰ প্ৰৱঞ্চক ধ্ৰুৱজ্যোতিয়ে অইল ইণ্ডিয়া লিমিটেডত ভাড়া গাড়ী যোগান ধৰাৰ নামত বহু লোকৰ পৰা এক লাখৰ পৰা দুই লাখ পৰ্যন্ত ধন লৈছিল৷

লখিমপুৰৰ পদ্মেশ্বৰ গগৈ নামৰ এজনৰ লগ হৈ লখিমপুৰত ১৬০ খন গাড়ী যোগান ধৰা নামত ছয় কোটিতকৈও অধিক টকা সংগ্ৰহ কৰিছিল৷ প্ৰৱঞ্চিত সকলৰ অভিযোগৰ ভিত্তিত সোমবাৰে লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গোলাঘাটৰ পৰা ধ্ৰুৱজ্যোতিক৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি