শেহতীয়া খবৰ
বটদ্ৰবাৰ দৌলৰ বাটত ২০০ বছৰীয়া পৰম্পৰাক উজ্জিৱীত কৰি জেঠৰ পূৰ্নিমাৰ বৰসবাহ  •  নাৰায়ণপুৰৰ মাধৱদেৱ মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নীত, উপাচাৰ্য ড০ দিবাকৰ চন্দ্ৰ ডেকাক উষ্ম আদৰণি...  •  অপহৰণৰ পৰিকল্পনা কৰি থাকোতেই বোকাজানৰ খটখটীত আটক অপহৰণকাৰী চক্ৰ...  •  গোলাঘাটৰ হাতীয়েখোৱাত মদ মুক্ত অসম দাবী সমিতিয়ে দেশীয় সুৰাৰ সৰবৰাহী নৱম শ্ৰেণীত অধ্যয়নত ছাত্ৰক গতালে আৰক্ষীক...  •  শিৱসাগৰত চিকিৎসকৰ দুঘন্টীয়া কৰ্মবিৰতি পালন...  •  ধনৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত হৈ মৃত্যুৰ সৈতে যুঁজিছে দৰঙৰ সঞ্জয়ে...  •  কোকৰাঝাৰত ৬১ হিতাধিকাৰীৰ মাজত ধান ভঙা যন্ত্ৰ, সৰিয়হ তেল পেৰা যন্ত্ৰ, ডিটিপি মেচিন বিতৰণ...  •  ডিফু-ডংকামোকাম-ছয়মাইল-বেলতলা-বাংগালুৰুত তুলিৰাম ৰংহাঙে গঢ়িছে অবৈধ সম্পত্তিৰ পাহাৰ, নিমাত মুখ্যমন্ত্ৰী  •  নিজকে প্ৰাঞ্জল বৰা বুলি পৰিচয় দি প্ৰেম কৰি মেহবুব আলমে গুৱাহাটীৰ পৰা পলুৱাই আনিলে তিনিচুকীয়াৰ যুৱতীক  •  সোমবাৰে সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’ব বিজেপিৰ সংসদীয় বোৰ্ডৰ বৈঠক...

মছুদ আজাহৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ ফ্ৰান্সৰ

641
  • সন্ত্ৰাসবাদী মছুদ আজহাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ ফ্ৰান্সৰ।
  • মছুদ আজহাৰৰ সকলো সম্পত্তি জব্দ কৰা হ’ব।
  • এই কথা জনালে ফ্ৰান্স চৰকাৰে।
  • সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সৈতে সদায় আছো বুলিও জনায় ফ্ৰান্সে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি