মহানগৰীত ৰড চুৰি কৰিবলৈ আহি আৰক্ষীৰ জালত ৪ চোৰ

মহানগৰীত ৰড চুৰি কৰিবলৈ আহি আৰক্ষীৰ জালত ৪ চোৰ
  • মহানগৰীত আৰক্ষীৰ জালত ৪টা চোৰ।
  • ৰড চুৰি কৰিবলৈ যাওঁতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰকেইটাক।
  • ৰড চোৰ কৰিবৰ বাবে অট' লৈ আহিছিল চোৰকেইটাই।
  • নবীন নগৰত চোৰ কৰিবলৈ আহিছিল চোৰ কেইটাই।
  • গীতানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চোৰ কেইটাক।
  • ধৃত ৪টা চোৰ ক্ৰমে দলগাঁৱৰ মাহমুদ আলী, বৰপেটাৰ আমীৰ আলী, ধুবুৰীৰ ৰমজান আলী আৰু জামচেৰ আলী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in